Office

Thank you for downloading

  • Microsoft Office Language Interface Pack 2007 Service Pack 2 (SP2)

    If your download does not start after 30 seconds, Click here
      • এই নবীকৰণটো ইন্সটল কৰিবৰ বাবে, নিম্নলিখিতবোৰৰ যিকোনো এটা কৰক:
        • Microsoft Update (অনুমোদিত)৷
          • Microsoft নবীকৰণে সকলো নবীকৰণ একেটা স্থানতে একত্ৰ কৰিছে আৰু কেৱল আপোনাৰ নিৰ্দিষ্ট ছিষ্টেমক প্ৰভাৱিত কৰা নবীকৰণসমূহ আপোনালৈ আগবঢ়াইছে৷
        • এই নবীকৰণটো মেনুৱেলী স্থাপন কৰক৷
          • এই পৃষ্ঠাত থকা ডাউনলোড বুটামটো ক্লিক কৰি ফাইলটো ডাউনলোড কৰক৷
          • আপোনাৰ হাৰ্ড ডিক্স ড্ৰাইভত ফাইলটো সঞ্চয় কৰক৷
          • আপুনি সংৰক্ষণ কৰা .exe ফাইলটো অৱস্থিত কৰক, ইয়াত দুবাৰ-ক্লিক কৰক আৰু স্ক্ৰীণখনত দেখুওৱা নিৰ্দেশনাৱলীসমূহ পালন কৰক৷
            • এই নবীকৰণটো Office অনলাইন পৃষ্ঠাৰ মাধ্যমেদি DVD-তো উপলভ্য৷

        গুৰুত্বপূৰ্ণ টোকা: যদি আপুনি এই নবীকৰণটো স্থাপন কৰিবলৈ চেষ্টা কৰোঁতে নবীকৰণ বিফল হৈছে বুলি এটা বাৰ্তা লাভ কৰে, তেতিয়া অনুগ্ৰহ কৰি জ্ঞান ভিত্তিক প্ৰবন্ধ 968173 চাওক৷ ই আৱশ্যকীয় অংশসমূহৰ বিষয়ে বৰ্ণনা দিয়াৰ লগতে স্থাপন বিফল হোৱাৰ অন্যান্য সমস্যাসমূহৰ বিষয়ে বৰ্ণনা দিয়ে আৰু এইবিলাক কেনেদৰে সমাধান কৰা হ'ব, তাৰ নিৰ্দেশনাৱলী প্ৰদান কৰে৷


        অন্যান্য Office পণ্যসমূহৰ বাবে SP2 স্থাপন কৰক
        যদি আপোনাৰ অন্য Office উত্পাদসমূহ স্থাপন কৰা আছে, অনুগ্ৰহ কৰি সেইবিলাককো নবীকৰণ কৰা নিশ্চিত কৰক৷ জ্ঞান ভিত্তিক প্ৰবন্ধ 968170-ত Office উত্পাদসমূহৰ বাবে প্ৰকাশ কৰা SP2-ৰ এখন সম্পূৰ্ণ তালিকা পোৱা যায়৷


        এই ডাউনলোড আঁতৰাবৰ বাবে
        চার্ভিচ পেক 2 হৈছে, দুয়োডাল নিৰ্দেশ বাক্য আৰু Microsoft Service Pack Uninstall Tool ব্যৱহাৰৰ জৰিয়তে ক্লায়েণ্ট মেৰামতি স্থাপন আঁতৰাবৰ বাবে সমৰ্থন কৰা প্ৰথম প্ৰকাৰৰ চার্ভিচ পেক৷ Service Pack Uninstall Tool এক পৃথক ডাউনলোডৰূপে উপলব্ধ৷ এই সঁজুলিটোৰ বিষয়ে অধিক তথ্য লাভ কৰিবৰ বাবে, Microsoft জ্ঞান ভিত্তিক প্ৰবন্ধ 954914 চাওক৷


        প্ৰশাসকৰ সম্পদ
        প্ৰশাসকসকলে এক ব্যৱস্থিত পৰিবেশত কাম কৰি 2007 Office Resource Kit চাইট-ত এটা সংগঠনত Office নবীকৰণ প্ৰয়োগ কৰিবৰ বাবে সম্পূৰ্ণ সম্পদ বিচাৰিব পাৰে৷


        অতিৰিক্ত তথ্য
        পুনৰাই, এই চার্ভিচ পেকটোত কি কি অন্তৰ্ভুক্ত হৈ আছে, সেই বিষয়ে অধিক জানিবৰ বাবে জ্ঞান ভিত্তিক প্ৰবন্ধ 953339 পঢ়ক৷

জনপ্রিয় ডাউনলোড

Loading your results, please wait...

বিনামূলীয়া PC আপডেটসমূহ

  • নিৰাপত্তা পেটচ্
  • ছফ্‌টৱেৰ আপডেটসমূহ
  • সেৱা পেকসমূহ
  • হাৰ্ডৱেৰ ড্ৰাইভাৰসমূহ