Internet Explorer

Windows Vista ৰ বাবে Windows Internet Explorer 8

ভাষা সলনি কৰক:
Internet Explorer 8৷ সহজ, অধিক গোপনীয় আৰু অধিক সুৰক্ষিত৷
  • সংস্কৰণ:

    8.0

    ফাইলৰ নাম:

    IE8-WindowsVista-x86-ASM.exe

    ক্রয় কৰাল তাৰিখ:

    01-06-2009

    ফাইলৰ আকাৰ:

    14.2 MB

      Internet Explorer 8 পৰিচিত ৱেব ব্ৰাউজাৰৰ নবীনতম সংস্কৰণ, যাক আপুনি অতি আৰামদায়কভাৱে ব্যৱহাৰ কৰিব পাৰে, পূৰ্বতকৈ আপুনি বিচৰা সকলোধৰণৰ সুবিধাসমূহ ক্ষিপ্ৰ, সহজ, অধিক ব্যক্তিগতভাৱে আৰু সুৰক্ষিতভাৱে ৱেবৰ পৰা লাভ কৰাত সহায়ক হয়৷

      • ক্ষিপ্ৰ Internet Explorer 8-ত থকা নতুন পৃষ্ঠা আৰু টেবসমূহৰ জৰিয়তে আপুনি ত্বৰিত্ গতিত প্ৰতিক্ৰিয়া লাভ কৰিব আৰু ইয়াক অধিক ক্ষিপ্ৰতাৰে আৰু নিৰ্ভৰযোগ্যভাৱে খোলাত সহায়ক হ'ব৷ আপোনাৰ ৱেবমেইললৈ, প্ৰিয় নিউজ চাইট বা অন্যান্য অনলাইন সেৱাসমূহলৈ প্ৰৱেশ কৰিবৰ বাবে মাত্ৰ এটা ক্লিক কৰিয়ে, কেইটামান পদক্ষেপৰ ভিতৰতে, আপুনি বিচৰা সকলো তথ্য লাভ কৰিব পাৰে৷
      • সহজ বিভিন্নধৰণৰ কাৰ্যসমূহ সম্পন্ন কৰাৰ পদক্ষেপসমূহ হ্ৰাস কৰি তোলে আৰু বাস্তবিক সময়ৰ তথ্যসমূহৰ আপডেটসমূহলৈ আপোনাৰ প্ৰৱেশ স্বয়ংচালিত কৰি তোলে৷ আপুনি মাত্ৰ এটা ক্লিকতে আপোনাৰ প্ৰিয় খেলৰ দলসমূহ, নিউজ, বতৰৰ ট্ৰেক ধৰি ৰাখিব পাৰে৷
      • অধিক ব্যক্তিগত আপুনি ৱেব বিচৰা যিকোনো ধৰণৰ তথ্যসমূহৰ গোপনীয়তা আৰু গোপনীয় তথ্যসমূহ সুৰক্ষিত কৰাত সহায় কৰে৷
      • অধিক সুৰক্ষিত আপোনাৰ পিচিৰ পৰা অনিষ্টকাৰী ছফট্‌ৱেৰসমূহ অহাৰ পৰা নিৰাপত্তা প্ৰদান কৰাৰ লগতে বাধা প্ৰদান কৰে আৰু বাস্তবিক অধিকাৰবিহীন ৱেবচাইট এটা চিনাক্ত কৰাত সহজ কৰি তোলে৷


      IE8 –ৰ সমৰ্থনৰ লাভ কৰিবৰ বাবে সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ, Internet Explorer নিউজগ্ৰুপ চাব পাৰে বা গ্ৰাহক সমৰ্থন সেৱাসমূহ ৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে৷.

      যদি আপুনি এখন স্ক্ৰীণ ৰিডাৰ ব্যৱহাৰ কৰে, তেতিয়া ডাউনলোড কৰাৰ পূৰ্বে, অনুগ্ৰহ কৰি Internet Explorer 8 ৰিলিজ নোট Internet Explorer 8৷
  • সমর্থিত অপাৰেটিং চিস্টেম:

    Windows Server 2008, Windows Vista, Windows Vista Service Pack 1

      1. ডাউনলোড আৰম্ভ কৰিবৰ বাবে এই পৃষ্ঠাৰ ডাউনলোড বুটামত ক্লিক কৰক৷
      2. তলত উল্লেখ কৰা যিকোনো এটা কৰক:
        • তাত্ক্ষণিকভাৱে ইনষ্টলেশ্বন আৰম্ভ কৰিবৰ বাবে, খোলক ক্লিক কৰক বা ইয়াৰ সাম্প্ৰতিক অৱস্থানৰ পৰা প্ৰ’গ্ৰামটো চলাওক.
        • পিছত ইনষ্টল কৰিবৰ বাবে আপোনাৰ কম্পিউটাৰলৈ ডাউনলোড প্ৰতিলিপি কৰিবলৈ, সংৰক্ষণ কৰক ক্লিক কৰক বা ডিস্কত এই প্ৰ'গ্ৰামটো সংৰক্ষণ কৰক.

জনপ্রিয় ডাউনলোড

Loading your results, please wait...

বিনামূলীয়া PC আপডেটসমূহ

  • নিৰাপত্তা পেটচ্
  • ছফ্‌টৱেৰ আপডেটসমূহ
  • সেৱা পেকসমূহ
  • হাৰ্ডৱেৰ ড্ৰাইভাৰসমূহ