Office

Microsoft Office Language Interface Pack 2007 Service Pack 2 (SP2)

ভাষা সলনি কৰক:
চার্ভিচ পেক 2-এ Microsoft Office Language Interface Packs 2007 ৰ বাবে শেহতীয়া নবীকৰণসমূহ আগবঢ়াইছে৷
  • সংস্কৰণ:

    1.0

    ফাইলৰ নাম:

    officelip2007sp2-kb953339-fullfile-as-in.exe

    ক্রয় কৰাল তাৰিখ:

    21-05-2009

    ফাইলৰ আকাৰ:

    14.0 MB

    জ্ঞানৰ ওপৰত ভিত্তি কৰা (KB) নিবন্ধ: KB953339

      Microsoft Office Language Interface Pack 2007 Service Pack 2 (SP2)-এ উপভোক্তাসকলক Office Language Interface Packs 2007-ৰ শেহতীয়া নবীকৰণসমূহ আগবঢ়াইছে৷ এই ডাউনলোডত দুই প্ৰকাৰৰ সমাধান অন্তৰ্ভুক্ত হৈ আছে:
      • পূৰ্বতে প্ৰকাশ নোপোৱা সমাধানসমূহ এই চার্ভিচ পেকটোত বিশেষভাৱে আগবঢ়োৱা হৈছে৷
        • স্থিৰতা, কাৰ্যদক্ষতা আৰু সুৰক্ষাক অন্তৰ্ভুক্ত কৰি সাধাৰণ উত্পাদৰ সমাধানসমূহ সংযোজন কৰা হৈছে৷
        • আপুনি জ্ঞান ভিত্তিক প্ৰবন্ধ 953339-ত অতিৰিক্ত তথ্যসমূহ লাভ কৰিব, য’ত উত্পাদ-নিৰ্দিষ্ট পৰিবৰ্তনসমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে৷
      • সকলো প্ৰকাৰৰ ৰাজহুৱা নবীকৰণ, সুৰক্ষা নবীকৰণ, পঞ্জীভূত নবীকৰণ আৰু অতি গুৰুত্বপূৰ্ণ সমাধানসমূহ ফেব্ৰুৱাৰী 2009 ৰ পৰা প্ৰকাশ কৰা হৈছে৷

      এই চার্ভিচ পেকটো স্থাপন কৰাৰ পূৰ্বে, আপোনাক 953339 পঢ়িবৰ বাবে প্ৰবলভাৱে উত্সাহিত কৰা হৈছে, ইয়াত SP2-এ পৰিচয় কৰি দিয়া কিছুমান অতি গুৰুত্বপূৰ্ণ বিকাশৰ সম্পৰ্কে বৰ্ণনা দিয়াৰ লগতে আপুনি স্থাপন কৰাৰ পূৰ্বে জানিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ তথ্যৰ সবিশেষ দিয়া হৈছে৷
  • সমর্থিত অপাৰেটিং চিস্টেম:

    Windows Server 2003 Service Pack 2, Windows Server 2008, Windows Vista Service Pack 1, Windows XP Service Pack 3


      চার্ভিচ পেক 2-এ নিম্নলিখিতসমূহ নবীকৰণ কৰিব:
      • Microsoft® Office Language Interface Pack 2007
  • নির্দেশাৱলী
      এই নবীকৰণটো ইন্সটল কৰিবৰ বাবে, নিম্নলিখিতবোৰৰ যিকোনো এটা কৰক:
      • Microsoft Update (অনুমোদিত)৷
        • Microsoft নবীকৰণে সকলো নবীকৰণ একেটা স্থানতে একত্ৰ কৰিছে আৰু কেৱল আপোনাৰ নিৰ্দিষ্ট ছিষ্টেমক প্ৰভাৱিত কৰা নবীকৰণসমূহ আপোনালৈ আগবঢ়াইছে৷
      • এই নবীকৰণটো মেনুৱেলী স্থাপন কৰক৷
        • এই পৃষ্ঠাত থকা ডাউনলোড বুটামটো ক্লিক কৰি ফাইলটো ডাউনলোড কৰক৷
        • আপোনাৰ হাৰ্ড ডিক্স ড্ৰাইভত ফাইলটো সঞ্চয় কৰক৷
        • আপুনি সংৰক্ষণ কৰা .exe ফাইলটো অৱস্থিত কৰক, ইয়াত দুবাৰ-ক্লিক কৰক আৰু স্ক্ৰীণখনত দেখুওৱা নিৰ্দেশনাৱলীসমূহ পালন কৰক৷
          • এই নবীকৰণটো Office অনলাইন পৃষ্ঠাৰ মাধ্যমেদি DVD-তো উপলভ্য৷

      গুৰুত্বপূৰ্ণ টোকা: যদি আপুনি এই নবীকৰণটো স্থাপন কৰিবলৈ চেষ্টা কৰোঁতে নবীকৰণ বিফল হৈছে বুলি এটা বাৰ্তা লাভ কৰে, তেতিয়া অনুগ্ৰহ কৰি জ্ঞান ভিত্তিক প্ৰবন্ধ 968173 চাওক৷ ই আৱশ্যকীয় অংশসমূহৰ বিষয়ে বৰ্ণনা দিয়াৰ লগতে স্থাপন বিফল হোৱাৰ অন্যান্য সমস্যাসমূহৰ বিষয়ে বৰ্ণনা দিয়ে আৰু এইবিলাক কেনেদৰে সমাধান কৰা হ'ব, তাৰ নিৰ্দেশনাৱলী প্ৰদান কৰে৷


      অন্যান্য Office পণ্যসমূহৰ বাবে SP2 স্থাপন কৰক
      যদি আপোনাৰ অন্য Office উত্পাদসমূহ স্থাপন কৰা আছে, অনুগ্ৰহ কৰি সেইবিলাককো নবীকৰণ কৰা নিশ্চিত কৰক৷ জ্ঞান ভিত্তিক প্ৰবন্ধ 968170-ত Office উত্পাদসমূহৰ বাবে প্ৰকাশ কৰা SP2-ৰ এখন সম্পূৰ্ণ তালিকা পোৱা যায়৷


      এই ডাউনলোড আঁতৰাবৰ বাবে
      চার্ভিচ পেক 2 হৈছে, দুয়োডাল নিৰ্দেশ বাক্য আৰু Microsoft Service Pack Uninstall Tool ব্যৱহাৰৰ জৰিয়তে ক্লায়েণ্ট মেৰামতি স্থাপন আঁতৰাবৰ বাবে সমৰ্থন কৰা প্ৰথম প্ৰকাৰৰ চার্ভিচ পেক৷ Service Pack Uninstall Tool এক পৃথক ডাউনলোডৰূপে উপলব্ধ৷ এই সঁজুলিটোৰ বিষয়ে অধিক তথ্য লাভ কৰিবৰ বাবে, Microsoft জ্ঞান ভিত্তিক প্ৰবন্ধ 954914 চাওক৷


      প্ৰশাসকৰ সম্পদ
      প্ৰশাসকসকলে এক ব্যৱস্থিত পৰিবেশত কাম কৰি 2007 Office Resource Kit চাইট-ত এটা সংগঠনত Office নবীকৰণ প্ৰয়োগ কৰিবৰ বাবে সম্পূৰ্ণ সম্পদ বিচাৰিব পাৰে৷


      অতিৰিক্ত তথ্য
      পুনৰাই, এই চার্ভিচ পেকটোত কি কি অন্তৰ্ভুক্ত হৈ আছে, সেই বিষয়ে অধিক জানিবৰ বাবে জ্ঞান ভিত্তিক প্ৰবন্ধ 953339 পঢ়ক৷

জনপ্রিয় ডাউনলোড

Loading your results, please wait...

বিনামূলীয়া PC আপডেটসমূহ

  • নিৰাপত্তা পেটচ্
  • ছফ্‌টৱেৰ আপডেটসমূহ
  • সেৱা পেকসমূহ
  • হাৰ্ডৱেৰ ড্ৰাইভাৰসমূহ