Internet Explorer

Windows 7 64-বিট সংস্কৰণ আৰু Windows Server 2008 R2 64-বিট সংস্কৰণৰ কাৰণে Internet Explorer 10

ভাষা সলনি কৰক:
Internet Explorer 10 দ্ৰুত আৰু সাৱলীল আৰু আপোনাৰ ৱেবচাইটক উজ্জ্বল কৰিবলৈ আৰু আপোনাৰ PCৰ কাষৰীয়া এপ্লিকেশ্বনৰ দৰে প্ৰদৰ্শন কৰিবলৈ দিয়ে৷
  • সংস্কৰণ:

    10.0.9200.16521

    ফাইলৰ নাম:

    IE10-Windows6.1-x64-as-in.exe

    ক্রয় কৰাল তাৰিখ:

    25-02-2013

    ফাইলৰ আকাৰ:

    43.1 MB

    জ্ঞানৰ ওপৰত ভিত্তি কৰা (KB) নিবন্ধ: KB2718695

      Internet Explorer 10৷ Windows 7-ৰ কাৰণে দ্ৰুত আৰু সাৱলীল৷
      • দ্ৰুত: Internet Explorer 10 আপোনাৰ PCৰ প্ৰয়োগ নকৰা শক্তিক নিয়ন্ত্ৰণ কৰে, সম্পূৰ্ণ প্ৰবাহমান গ্ৰাফিক, মসৃণ ভিডিঅ' আৰু আন্তঃসক্ৰিয় সামগ্ৰীত পৃষ্ঠাসমূহ প্ৰেৰণ কৰে৷
      • সহজ: Windows 7-ত চলি থকা আপোনাৰ PCৰ সৈতে পিন কৰি ৰখা চাইটসমূহ, বুইল্ট-ইন বানান পৰীক্ষা, সহজ এককীকৰণলৈ আপুনি বিচৰা ধৰণেৰে ৱেবৰ অভিজ্ঞতা লাভ কৰক৷
      • সুৰক্ষিত: স্মাৰ্টস্ক্ৰীণ ফিল্টাৰ আৰু ট্ৰেকিং সুৰক্ষাৰ দৰে উন্নত সুবিধাসমূহে আপোনাক আপোনাৰ PC আৰু গোপনীয়তালৈ আহিব পৰা বিপদৰ ক্ষেত্ৰত সতৰ্ক কৰি দিয়৷
  • সমর্থিত অপাৰেটিং চিস্টেম:

    Windows 7 Service Pack 1

      • কম্পিউটাৰ/ প্ৰ'চেচৰ: 233MHz প্ৰ'চেচৰ বা তাতোকৈ অধিকৰ সৈতে কম্পিউটাৰ (পেণ্টিয়াম প্ৰ'চেচৰ অনুমোদিত)
      • স্মৃতি: 512MB
      • হাৰ্ড ড্ৰাইভ স্থান:70MB
      • প্ৰদৰ্শন: 256 ৰঙসমূহৰ সৈতে চুপাৰ VGA (800 x 600) বা তাতোকৈ অধিক-ৰিজ'লিউশ্বন মণিটৰ৷
      • আনুষংগিক যন্ত্ৰ-পাতি: ম'ডেম বা ইণ্টাৰনেট সংযোগ; Microsoft মাউচ, Microsoft ইণ্টেলিমাউচ বা সংগত পইণ্টিং ডিভাইচ|
      1. ডাউনলোড আৰম্ভ কৰিবলৈ এই পৃষ্ঠাত থকা ডাউনলোড কৰক বুটাম টিপক৷
      2. তলৰ যিকোনো এটা কৰক:
        • তাত্ক্ষণিকভাৱে স্থাপনকৰণ আৰম্ভ কৰিবলৈ, খোলক বা ইয়াৰ শেহতীয়া অৱস্থানৰ পৰা এই প্ৰ'গ্ৰামটো চলাওক ক্লিক কৰক
        • পিছত স্থাপন কৰিবৰ কাৰণে আপোনাৰ কম্পিউটাৰলৈ ডাউনলোড প্ৰতিলিপি কৰিবলৈ, সংৰক্ষণ কৰক বা ডিস্কলৈ এই প্ৰ'গ্ৰাম সংৰক্ষণ কৰক ক্লিক কৰক

জনপ্রিয় ডাউনলোড

Loading your results, please wait...

বিনামূলীয়া PC আপডেটসমূহ

  • নিৰাপত্তা পেটচ্
  • ছফ্‌টৱেৰ আপডেটসমূহ
  • সেৱা পেকসমূহ
  • হাৰ্ডৱেৰ ড্ৰাইভাৰসমূহ