![]() Microsoft Office Language Interface Pack 2007 Service Pack 2 (SP2)চমু বিবৰণচার্ভিচ পেক 2-এ Microsoft Office Language Interface Packs 2007 ৰ বাবে শেহতীয়া নবীকৰণসমূহ আগবঢ়াইছে৷ এই পেজতখৰতকীয়া বিবৰণ:
অৱলোকনMicrosoft Office Language Interface Pack 2007 Service Pack 2 (SP2)-এ উপভোক্তাসকলক Office Language Interface Packs 2007-ৰ শেহতীয়া নবীকৰণসমূহ আগবঢ়াইছে৷ এই ডাউনলোডত দুই প্ৰকাৰৰ সমাধান অন্তৰ্ভুক্ত হৈ আছে:
এই চার্ভিচ পেকটো স্থাপন কৰাৰ পূৰ্বে, আপোনাক 953339 পঢ়িবৰ বাবে প্ৰবলভাৱে উত্সাহিত কৰা হৈছে, ইয়াত SP2-এ পৰিচয় কৰি দিয়া কিছুমান অতি গুৰুত্বপূৰ্ণ বিকাশৰ সম্পৰ্কে বৰ্ণনা দিয়াৰ লগতে আপুনি স্থাপন কৰাৰ পূৰ্বে জানিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ তথ্যৰ সবিশেষ দিয়া হৈছে৷ চিস্টেমত থাকিব লগীয়া আৱশ্যকতাসমূহ
চার্ভিচ পেক 2-এ নিম্নলিখিতসমূহ নবীকৰণ কৰিব:
নির্দেশাৱলীএই নবীকৰণটো ইন্সটল কৰিবৰ বাবে, নিম্নলিখিতবোৰৰ যিকোনো এটা কৰক:
গুৰুত্বপূৰ্ণ টোকা: যদি আপুনি এই নবীকৰণটো স্থাপন কৰিবলৈ চেষ্টা কৰোঁতে নবীকৰণ বিফল হৈছে বুলি এটা বাৰ্তা লাভ কৰে, তেতিয়া অনুগ্ৰহ কৰি জ্ঞান ভিত্তিক প্ৰবন্ধ 968173 চাওক৷ ই আৱশ্যকীয় অংশসমূহৰ বিষয়ে বৰ্ণনা দিয়াৰ লগতে স্থাপন বিফল হোৱাৰ অন্যান্য সমস্যাসমূহৰ বিষয়ে বৰ্ণনা দিয়ে আৰু এইবিলাক কেনেদৰে সমাধান কৰা হ'ব, তাৰ নিৰ্দেশনাৱলী প্ৰদান কৰে৷ অন্যান্য Office পণ্যসমূহৰ বাবে SP2 স্থাপন কৰক যদি আপোনাৰ অন্য Office উত্পাদসমূহ স্থাপন কৰা আছে, অনুগ্ৰহ কৰি সেইবিলাককো নবীকৰণ কৰা নিশ্চিত কৰক৷ জ্ঞান ভিত্তিক প্ৰবন্ধ 968170-ত Office উত্পাদসমূহৰ বাবে প্ৰকাশ কৰা SP2-ৰ এখন সম্পূৰ্ণ তালিকা পোৱা যায়৷ এই ডাউনলোড আঁতৰাবৰ বাবে চার্ভিচ পেক 2 হৈছে, দুয়োডাল নিৰ্দেশ বাক্য আৰু Microsoft Service Pack Uninstall Tool ব্যৱহাৰৰ জৰিয়তে ক্লায়েণ্ট মেৰামতি স্থাপন আঁতৰাবৰ বাবে সমৰ্থন কৰা প্ৰথম প্ৰকাৰৰ চার্ভিচ পেক৷ Service Pack Uninstall Tool এক পৃথক ডাউনলোডৰূপে উপলব্ধ৷ এই সঁজুলিটোৰ বিষয়ে অধিক তথ্য লাভ কৰিবৰ বাবে, Microsoft জ্ঞান ভিত্তিক প্ৰবন্ধ 954914 চাওক৷ প্ৰশাসকৰ সম্পদ প্ৰশাসকসকলে এক ব্যৱস্থিত পৰিবেশত কাম কৰি 2007 Office Resource Kit চাইট-ত এটা সংগঠনত Office নবীকৰণ প্ৰয়োগ কৰিবৰ বাবে সম্পূৰ্ণ সম্পদ বিচাৰিব পাৰে৷ অতিৰিক্ত তথ্য পুনৰাই, এই চার্ভিচ পেকটোত কি কি অন্তৰ্ভুক্ত হৈ আছে, সেই বিষয়ে অধিক জানিবৰ বাবে জ্ঞান ভিত্তিক প্ৰবন্ধ 953339 পঢ়ক৷ |
||||||||||||||||||