Silverlight ইন্সটল কৰিবলৈ ইয়াত ক্লিক কৰক*
ভাৰতসলনি কৰক|সকলো Microsoft চাইট
Microsoft
ডাউনলোড কেন্দ্র 
সন্ধান
উন্নত সন্ধান

Windows Server 2008 আৰু Windows Vistaৰ কাৰণে Windows Internet Explorer 9

চমু বিবৰণ
আপোনাৰ PC ত Windows Internet Explorer 9ক আপোনাৰ ৱেবচাইটক উজ্বল আৰু ঘৰুৱা প্ৰয়োগসমূহৰ দৰে কাৰ্য্য কৰিব পৰা কৰোঁ আহক।

এই পেজত

খৰতকীয়া বিবৰণ:
ফাইলৰ নাম:IE9-WindowsVista-x86-ASM.exe
সংস্কৰণ:9.0.7930.16406
জ্ঞানৰ ওপৰত ভিত্তি কৰা (KB) নিবন্ধ:KB982861
ক্রয় কৰাল তাৰিখ:25-05-2011
ভাষা:অসমীয়া
ডাউনলোডৰ আকাৰ:17.8MB
গণনা কৰা ডাউনলোড সময়:44মিনিট56K

ভাষা সলনি কৰক:
  

অৱলোকন

Windows Internet Explorer 9 এ ৱেব চাইট আৰু প্ৰয়োগসমূহ বিতৰণ কৰে যিবোৰে Windows ৰ পাৱাৰৰ দ্বাৰা ঘৰুৱা PC প্ৰয়োগসমূহৰ দৰে দেখা যায় আৰু কাম কৰে।
  • দ্ৰুত: Internet Explorer 9 টো সকলো ফালেই ক্ষীপ্ৰ। Internet Explorer 9 এ গ্ৰাফিকেলি উন্নত আৰু উদ্ভোত অভিজ্ঞতাসমূহ প্ৰদান কৰে যিটো আপোনাৰ PC ত সংস্থাপিত ঘৰুৱা প্ৰয়োগসমূহৰ দৰে ক্ষীপ্ৰ আৰু উত্তৰ-প্ৰদানকাৰী, Windows ৰ সহায়ত আপোনাৰ PC ৰ হাৰ্ডৱেৰসমূহৰ পৰা সম্পূৰ্ণ সুবিধা আদায় কৰিবৰ নিমিত্তে ডিজাইন কৰা হৈছে।
  • পৰিস্কাৰ: Internet Explorer এ আপুনি ভালপোৱা ৱেব চাইটোত এটা পৰিস্কাৰ স্বৰুপ আৰু দৰ্শনযোগ্য ক্ষেত্ৰ বৃদ্ধিৰে আপোনাৰ ৱেবচাইটক উজ্বল কৰাত মনঃসংযোগ কৰে। Windows 7 ৰ সৈতে স্বতঃস্ফুৰ্ত আৰু চিম-বিহীন সংযোগে আপোনাৰ কাৰ্য্য দণ্ডিকালৈ ৱেব প্ৰয়োগক পোনেপোনে যোগ কৰাত এটা মাত্ৰ ক্লিকৰে প্ৰৱেশাধিকাৰ প্ৰদান কৰে।
  • বিশ্বাসযোগ্য: ৱেবলৈ Internet Explorer এটা বিশ্বাসযোগ্য পথ কিয়নো ইয়াৰ এক বিশাল সংখ্যক আন্তঃ নিৰাপত্তা, গোপনীয় আৰু নিৰ্ভৰযোগ্য প্ৰযুক্তিবিদ্যা ব্যৱস্থা আছে যিটোৱে আপোনাক বচাই ৰাখে আৰু আপোনাৰ ব্ৰাউজিং অভিজ্ঞতাক অ-বাধাপ্ৰাপ্ত কৰিৰাখে।
  • আন্তঃপৰিচালনাযোগ্য: HTML5 আৰু আধুনিক ৱেব ষ্টেণৰ্দাডক সমৰ্থন কৰিবৰ কাৰণে GPU টোৰ সুবিধা লবলৈ এইদৰে স্থাপত্যবিদ্যাকৃত কৰা হয় যে একে মাৰ্কআপটোৱে ৱেবৰ চৌপাশে কাম কৰাৰ বাহিৰেও Windows আৰু Internet Explorer 9 ৰ দ্বাৰা ক্ষীপ্ৰতাৰে গতি কৰে আৰু এটা উন্নত অভিজ্ঞতা প্ৰদান কৰে।

 পেজৰ ওপৰৰ অংশ

চিস্টেমত থাকিব লগীয়া আৱশ্যকতাসমূহ

  • সমর্থিত অপাৰেটিং চিস্টেম:Windows Vista Service Pack 2
    • Windows Vista সেৱা পেক 2
    • Windows Server 2008 সেৱা পেক 2
  • কম্পিউটাৰ/ প্ৰচেছৰ: এটা 233MHz প্ৰচেছৰৰ সৈতে কম্পিউটাৰ বা উচ্চ (পেন্টিয়াম প্ৰচেছৰৰ পৰামৰ্শ কৰা হৈছে)
  • স্মৃতি: 512MB
  • হাৰ্ড ড্ৰাইভ স্পেচ:
    • সেৱা পেক 2 সৈতে Windows Vista: 70MB
    • সেৱা পেক 2 সৈতে Windows Server 2008: 150MB
  • প্ৰদৰ্শন: চুপাৰ VGA (800 x 600) বা 256 সৈতে ৰঙীণ উচ্চ- ৰিজলিউছন মনিটৰ।
  • বহিৰাংশ: মডেম বা ইন্টাৰনেট সংযোগ; Microsoft মাউচ, Microsoft Intelliমাউচ, বা কম্পিটেবুল জোঙা ডিভাইচ।

 পেজৰ ওপৰৰ অংশ

নির্দেশাৱলী

  1. ডাউনল'ড আৰম্ভ কৰিবলৈ এই পৃষ্ঠাত বুটাম দিয়ক ডাউনল'ড কৰক ক্লিক কৰক।
  2. তলৰ যিকোনো এটা কৰক:
    • সোনকালে সংস্থাপন আৰম্ভ কৰিবলৈ, খোলা বা ইয়াৰ বৰ্তমানৰ অৱস্থান পৰা এই প্ৰগামটোক চলাওক ক্লিক কৰক।
    • পৰবৰ্ত্তী সময়ত প্ৰতিস্থাপনৰ কাৰণে আপোনাৰ কম্পিউটাৰলৈ ডাউনল'ডটোক প্ৰতিলিপি কৰক, সংৰক্ষিত ক্লিক কৰক ডিস্কলৈ এই প্ৰগ্ৰামটোক সংৰক্ষিত কৰক

 পেজৰ ওপৰৰ অংশ

অতিৰিক্ত তথ্য

ই ডাউনল'ডটো মাত্ৰ Microsoft Windows Vista SP2 আৰু Windows Server 2008 SP2 ৰ কাৰণেহে। Microsoft Windows ৰ অনান্য সহায়কাৰী সংস্কৰণৰ কাৰণে Internet Explorer 9ক ডাউনল'ড কৰিবলৈ:

 পেজৰ ওপৰৰ অংশ

 পেজৰ ওপৰৰ অংশ