*
Microsoft*
Results by Bing
ডাউনলোড কেন্দ্র 
সন্ধান
উন্নত সন্ধান

Microsoft Office Language Interface Pack 2007 – [অসমীয়া]

চমু বিবৰণ
Microsoft Office Language Interface Pack 2007 – [ভাষা] ই একাধিক Microsoft Office 2007-ৰ প্ৰ'গ্ৰামৰ কাৰণে [ভাষা] উপভোক্তা ইণ্টাৰফেচ প্ৰদান কৰিছে.

এই পেজত

খৰতকীয়া বিবৰণ:
সংস্কৰণ:1
ক্রয় কৰাল তাৰিখ:17-12-2008
ভাষা:অসমীয়া
ডাউনলোডৰ আকাৰ:239KB-23.5MB*
*বাছনি হোৱা উপাদানৰ ওপৰত ডাউনলোডৰ আকাৰ নির্ভৰ কৰে।

ভাষা সলনি কৰক:
  

অৱলোকন

Microsoft Office Language Interface Pack 2007 – [ভাষা] ই উপভোক্তা ইণ্টাৰফেচৰ কাৰণে [অসমীয়া] ভাষা প্ৰদান কৰিছে:
  • Microsoft Office Excel 2007

  • Microsoft Office Outlook 2007

  • Microsoft Office PowerPoint 2007

  • Microsoft Office Word 2007

 পেজৰ ওপৰৰ অংশ

চিস্টেমত থাকিব লগীয়া আৱশ্যকতাসমূহ

  • সমর্থিত অপাৰেটিং চিস্টেম:Windows Vista Service Pack 1
  • আৱশ্যকীয় চফ্‌টৱেৰ: Microsoft Office 2007-অৰ যিকোনো English সংস্কৰণ Excel, Outlook, Powerpoint বা Word বহন কৰে.
  • ডিস্ক স্থানৰ আৱশ্যকতা: সম্প্ৰতি স্থাপিত Office 2007-এ হাৰ্ড ডিস্কৰ অতিৰিক্ত স্থান ব্যৱহাৰ কৰাৰ লগতে, ইয়াক হাৰ্ড ডিস্কৰ উপলভ্য 20 মেগাবাইট (MB) স্থানৰ প্ৰয়োজন.

 পেজৰ ওপৰৰ অংশ

নির্দেশাৱলী

এই ডাউনল'ড স্থাপন কৰিবলৈ হ'লে:
  1. ডাউনল'ডবুটামটোৰ (ওপৰত) ক্লিক কৰি আৰু আৰু আপোনাৰ হাৰ্ড ডিস্কলৈ ফাইলটো সংৰক্ষণ কৰি LanguageInterfacePack.exe টো ডাউনল'ড কৰক.
  2. LanguageInterfacePack.exe ছেটআপ প্ৰ'গ্ৰাম আৰম্ভ কৰিবলৈ আপোনাৰ হাৰ্ড ডিস্কত থকা প্ৰ'গ্ৰাম ফাইলত. দুবাৰ-ক্লিক কৰক.
  3. স্থাপন সম্পূৰ্ণ কৰিবলৈ স্ক্ৰীণত থকা নিৰ্দেশনাৱলী অনুসৰণ কৰক.
  4. আপোনাৰ Microsoft Office 2007 Language Interface Pack-ৰ কাৰণে মোক পঢ়ক ফাইল এবাৰ স্থাপন কৰাৰ পিচত ইয়াক C:\Program Files\Common Files\microsoft shared\OFFICE12\LCID\LIPread.htm বিচাৰি পোৱা যাব
  5. Office 2003-অৰ লগত Office 2003 Language Interface Pack আৰু Office 2007-অৰ লগত Office 2007 Language Interface Pack নবীকৰণ সমৰ্থিত নহয়. আপুনি যদি নিজৰ Office 2003 ৰ আধাৰত স্থাপনকৰণক Office 2007-অৰ সৈতে Office 2007 Language Interface Pack নবীকৰণ কৰিবলৈ ইচ্ছা কৰে সেইটো আপোনাৰ পক্ষে উচিত হ'ব:
    • Office 2003 Language Interface Pack স্থাপন নকৰিব
    • Office 2007-অৰ ছেটআপ চলোৱাতো উচিত আৰু নবীকৰণ বিকল্পটো চয়ন কৰা উচিত.
    • Office 2007 ছেটআপ যেতিয়া সম্পূৰ্ণ হয়, তেতিয়া Office 2007 Language Interface Pack স্থাপন আৰু কনফিগাৰ কৰক

    • আপোনাৰ Office দ্ৰব্যসমূহক সক্ৰিয়কৰণ কৰা:
    • "Microsoft Office সক্ৰিয়কৰণ ৱিজাৰ্ডৰ" সমগ্ৰ স্থাপনকৰণ ক'ডটো যদি পঢ়াত আপুনি সমস্যাৰ সন্মুখীন হয়, বা আপোনাৰ Microsoft® Office Language Interface Pack 2007 ব্যৱহাৰৰ সময়ত সমগ্ৰ স্থাপনকৰণ ক'ডটো যদি সঠিকভাৱে প্ৰদৰ্শন নহয়, অনুগ্ৰহ কৰি ৱিজাৰ্ডখন বাতিল কৰক আৰু আপোনাৰ Microsoft Office দ্ৰব্যটো সক্ৰিয়কৰণ কৰোঁতে নিজৰ [আধাৰ ভাষা]-ত দ্ৰব্যটো চুইচ কৰক.


ব্যৱহাৰৰ কাৰণে নিৰ্দেশনাৱলী:

আপোনাৰ উপভোক্তা ইণ্টাৰফেচলৈ Microsoft Office Language Interface Pack 2007–অৰ [অসমীয়া] ভাষা চুইচ কৰিবলৈ হ'লে এই পদক্ষেপসমূহ অনুসৰণ কৰক:

  1. আৰম্ভ\সকলো প্ৰ'গ্ৰাম\Microsoft Office\Microsoft Office সঁজুলিসমূহ মেনুৰ পৰা Microsoft Office 2007 Language ছেটিংছ লান্চ্চ কৰক.
  2. প্ৰদৰ্শন ভাষা টেবটো চয়ন কৰক Microsoft Office মেনুসমূহ আৰু সংলাপ বাকচসমূহ ইয়াত প্ৰদৰ্শন কৰক: ড্ৰপডাউন ফৰ্দিত আপুনি যিটো ভাষা প্ৰদৰ্শন কৰিবলৈ বিচাৰে সেইটো চয়ন কৰক. আপুনি যিটো ভাষা চয়ন কৰিছে সেইটো এতিয়া ডিফ'ল্ট ৰূপত প্ৰদৰ্শন হোৱা উচিত.
  3. প্ৰদৰ্শন ভাষা টেবটোত আপোনাৰ Office প্ৰদৰ্শনৰ সৈতে আপোনাৰ Windows প্ৰদৰ্শন মিলৰ বিকল্প আছে. আপোনাৰ সাম্প্ৰতিক Windows ভাষা আপোনাৰ কাৰণে ফৰ্দিভুক্ত হৈ আছে. আপুনি যদি আপোনাৰ Office প্ৰদৰ্শনৰ সৈতে আপোনাৰ Windows প্ৰদৰ্শন মিলাবলৈ বিচাৰে তেন্তে Windows প্ৰদৰ্শন ভাষাৰ সৈতে মিলাবলৈ Microsoft Office প্ৰদৰ্শন ভাষাক ছেট কৰক টিক বাকচটো চয়ন কৰক. এই ছেটিংছটোৱে Microsoft Office মেনু আৰু সংলাপ বাকচসমূহ প্ৰদৰ্শন কৰে আৰু তালিকাত আপুনি কৰা চয়নক অধিলেপন কৰে.
  4. আপোনাক প্ৰয়োজন হোৱা ভাষাসমূহ উপলভ্য সম্পাদনা ভাষাসমূহ তালিকাৰ পৰা সক্ষম কৰিবৰ বাবে সম্পাদন কৰি থকা ভাষাসমূহৰ টেবত ভাষাসমূহ চয়ন কৰক আৰু যোগ কৰক ক্লিক কৰক. এতিয়া আপুনি চয়ন কৰা ভাষাটোসক্ষম সম্পাদনা ভাষাসমূহতালিকাত ফৰ্দিভুক্ত হ'ব.
  5. সম্পাদন কৰি থকা ভাষাসমূহ প্ৰাথমিক সম্পাদনা ভাষা ফৰ্দিৰ পৰা আপোনাৰ প্ৰাথমিক সম্পাদনা ভাষাটেবটো চয়ন কৰক.
  6. ঠিকবুটামত ক্লিক কৰক.

আপুনি যিটো ভাষা ছেটিংছ চয়ন কৰিছে পৰৱৰ্তী সময়ত সেইটোৱে আপুনি আপোনাৰ Office প্ৰয়োগ আৰম্ভ কৰাৰ সময়ত প্ৰভাৱ পেলাব.
টীকা: সহায়ে Microsoft Office Language Interface Pack 2007 – ৰ [অসমীয়া] ভাষালৈ চুইচ কৰিব নোৱাৰে. সহায় সদায় আপোনাৰ মূল স্থাপনৰ ভাষাটোৰ সৈতেহে একে থাকিব.
আপোনাৰ প্ৰদৰ্শন সহায়, আধাৰিত ভাষাৰ ড্ৰপডাউন ফৰ্দিত সদায়ে ছেট কৰক.

এই ডাউনল'ড আঁতৰাবলৈ হ'লে:
    Windows XP Home বা Professional Edition-ত এই পদক্ষেপসমূহ অনুসৰণ কৰক:
  1. সকলো প্ৰ'গ্ৰাম ত্যাগ কৰক.
  2. Windows নিয়ন্ত্ৰণ পেনেলত থকা চিহ্নতপ্ৰ'গ্ৰামসমূহ যোগ কৰিবলৈ বা আঁতৰাবলৈ দুবাৰ-ক্লিক কৰক.
  3. Microsoft Office Language Interface Pack 2007 ত সম্প্ৰতি স্থাপিত প্ৰ'গ্ৰামসমূহৰ বাকচত ক্লিক কৰকতাৰপিচত আঁতৰাওকবুটামত ক্লিক কৰক.
  4. স্ক্ৰীণত থকা নিৰ্দেশনাৱলী অনুসৰণ কৰক.

    Windows Vista-ত এই পদক্ষেপসমূহ অনুসৰণ কৰক:
  1. সকলো প্ৰ'গ্ৰাম ত্যাগ কৰক.
  2. Windowsনিয়ন্ত্ৰণ পেনেলতথকা প্ৰ'গ্ৰাম আৰু সুবিধাসমূহৰ চিহ্নত দুবাৰ-ক্লিক কৰক.
  3. ইয়াতMicrosoft Office Language Interface Pack 2007 – [ভাষা]স্থাপন নকৰিব বা কোনো প্ৰ'গ্ৰাম পৰিবৰ্তন কৰিবলৈ সম্প্ৰতি স্থাপিত প্ৰ'গ্ৰামসমূহৰ বাকচত থকা বিকল্পত ক্লিক কৰকতাৰপিচতস্থাপন নকৰিববিকল্প চয়ন কৰক.
  4. স্ক্ৰীণত থকা নিৰ্দেশনাৱলী অনুসৰণ কৰক.

 পেজৰ ওপৰৰ অংশ

এই ডাউনলোডত থকা ফাইলসমূহ

এই বিভাগত থকা লিংক এই ডাউনলোডত উপলভ্য পৃথক ফাইলৰ সৈতে পৰস্পৰে মিল খাই। আপোনাৰ বাবে আটাইতকৈ উপযুক্ত ফাইলসমূহ ডাউনলোড কৰক।
ফাইলৰ নাম:ফাইলৰ আকাৰ

LanguageInterfacePack.exe

14.8MB

LIP_Help.chm

239KB

Microsoft_Office_Excel.pptx

1.3MB

Microsoft_Office_Outlook.pptx

2.7MB

Microsoft_Office_PowerPoint.pptx

2.7MB

Microsoft_Office_Word.pptx

1.7MB

 পেজৰ ওপৰৰ অংশ

 পেজৰ ওপৰৰ অংশ