বিনামূলীয়া
আপোনাৰ ভাষা ক’বলৈ Windows লাভ কৰক৷
বিনামূলীয়া
ছিষ্টেমৰ আৱশ্যকতাসমূহ

বৰ্ণনা

সদায় আপ-টু-ডেট কৰে, সদায় Windows-ৰ ভাষাৰ অভিজ্ঞতা উন্নত কৰে! Windows-এ এতিয়া Microsoft Store-ৰ জৰিয়তে বিনামূলীয়াকৈ ভাষাৰ আপডেটসমূহ প্ৰদান কৰে৷ ইয়াৰ অৰ্থ এইটোৱেই যে আমি আপোনাৰ স্থানীয় ভাষা নিয়মিত উন্নত কৰি আছোঁ আৰু এই আপডেটসমূহ আপোনাৰ ডিভাইচলৈ স্বয়ংক্ৰিয়ভাৱে প্ৰেৰণ কৰি থাকোঁ৷ স্থানীয় অভিজ্ঞতা পেক এপ্লিকেশ্বন ইনষ্টল কৰিলে, আপোনাৰ ভাষাৰ Windows পাঠ সদায় আপ-টু-ডেট হৈ থাকিব৷. Windows পাঠ আপোনাৰ স্থানীয় ভাষাত উন্নত কৰাত সহায় কৰাৰ বাবে আগ্ৰহীনে? আপুনি Windows-ত অন্তৰ্ভুক্ত কৰা ফীডবেক হাব এপ্প্‌টো ব্যৱহাৰ কৰি পাঠ উন্নয়নৰ বাবে সহজেই আপোনাৰ পৰামৰ্শ প্ৰদান কৰিব পাৰে৷মাত্ৰ Cortana অনুসন্ধান বাকচত “ফীডবেক হাব” টাইপ কৰক বা Windows কী + F হেঁচি ধৰি ৰাখক৷ টোকা: বানানৰ অভিধান আৰু কথনৰ দৰে অতিৰিক্ত ভাষা সমৰ্থিত সুবিধাসমূহো ইনষ্টল কৰিব লগা হ’ব পাৰে৷ ইনষ্টল কৰি ৰখা সুবিধা অনুসৰি ষ্ট’ৰেজৰ আৱশ্যকতা পৃথক হ’ব পাৰে৷

স্ক্ৰীণশ্বট

অতিৰিক্ত তথ্য

প্ৰকাশ কৰিছে

Microsoft Corporation

মুক্তিৰ তাৰিখ

17-11-2017

আনুমানিক আকাৰ

14.89 MB

বয়সৰ মূল্যায়ন

ক্ৰম কৰা নাই


এই এপ্প্‌টোৱে পাৰে

Applications with this capability can provide language translations that can be used by parts of the Windows Experience.

স্থাপন

আপোনাৰ Microsoft একাউন্টত ছাইন ইন কৰোঁতে আৰু আপোনাৰ Windows 10 ডিভাইচসমূহত স্থাপন কৰোঁতে এই এপ্প্‌টো লাভ কৰক৷

এই প্ৰডাক্টটো আপোনাৰ আভ্যন্তৰীণ হাৰ্ড ড্ৰাইভত স্থাপন কৰাৰ প্ৰয়োজন৷

ভাষা সমৰ্থিত

অসমীয়া (ভাৰত)

অতিৰিক্ত চৰ্তসমূহ

লেনদেনৰ চৰ্তসমূহ

এই প্ৰডাক্টটোৰ প্ৰতিবেদন দিয়ক

ছাইন ইন কৰক Microsoft লৈ এই এপ্প্‌ৰ প্ৰতিবেদন দিবলৈ