বিনামূলীয়া
বিনামূলীয়া
ছিষ্টেমৰ আৱশ্যকতাসমূহ

বৰ্ণনা

আপুনি আপোনাৰ ফোনটো ভাল পায়। আপোনাৰ PC-টোকো নিশ্চয় ভাল পায়। আপুনি আপোনাৰ ফোনত ভাল পোৱাখিনিক তত্ক্ষণাৎ আপোনাৰ PC-ত লাভ কৰক। সহজতে আপোনাৰ বাৰ্তাসমূহ চাবলৈ আৰু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ, আপোনাৰ প্ৰিয় ম’বাইল এপ্প্সমূলৈ* প্ৰৱেশ লাভ কৰিবলৈ আৰু আপোনাৰ PC-ৰ পৰা ফোনৰ জাননীসমূহ প্ৰাপ্ত আৰু প্ৰৱন্ধন কৰিবলৈ আপোনাৰ Android ফোন আৰু PC লিংক কৰক। আপোনাৰ PC-ৰ পৰা কলসমূহ** কৰক আৰু লাভ কৰক আৰু আপোনাৰ ডিভাইচসমূহৰ মাজত অনায়াসে স্থানান্তৰিত কৰক। আপুনি আপোনাৰ ফোন আৰু PC-ৰ মাজত আপোনাৰ প্ৰিয় ফটো ভাগ-বতৰা কৰাৰ যোগেদি আপোনাৰ ফটোসমূহ ই-মেইলৰ ৰূপত দিয়াটোক পাহৰি যাওক। আৰু যেতিয়া আপুনি এখন শেহতীয়া প্ৰতিচ্ছবি ই-মেইল, পেপাৰ বা উপস্থাপনত যোগ কৰাৰ প্ৰয়োজন হয়, তেতিয়া আপুনি Your Phone এপ্পটোৰ পৰা আপোনাৰ PC-লৈ টানি আনি এৰি দিয়ক। সমর্থন কৰা Samsung ফোনসমূহৰ*** যোগেদি আপুনি ফাইলসমূহ বেতাঁৰৰূপে আপোনাৰ ফোনৰ পৰা PC লৈ আৰু PC-ৰ পৰা ফোনলৈ টানি আনি এৰি দিব পাৰে।   আপুনি আপোনাৰ Android ফোনটো আপোনাৰ PC-ৰ সৈতে Your Phone এপ্পৰ যোগেদি লিংক কৰিব লাগিব আৰু আপোনাৰ ফোনত Android 7.0 বা ইয়াৰ পিছৰ সংস্কৰণ চলিব লাগিব। Your Phone এপ্পত ছেটিংছত “ফিডবেক প্ৰেৰণ কৰক” বাছনি কৰি আপুনি ইয়াৰ পিছত কি সুবিধা বিচাৰে, আমাক জনাওক। *ইয়াৰ বাবে Windows 10 মে’ 2019 আপডেটত চলা Windows 10 PC-ৰ প্ৰয়োজন আৰু ই কেৱল বাছনিভুক্ত Android ফোনসমূহত উপলব্ধ।  Android ফোন অন হৈ থাকিব লাগিব আৰু আপোনাৰ PC-ৰ সৈতে একেটা Wi-Fi নেটৱৰ্কত সংযোগ হৈ থাকিব লাগিব।   **ইয়াৰ বাবে Windows 10 মে’ আপডেটত চলা Windows 10 PC-ৰ সৈতে এটা Bluetooth ৰেডিঅ’ৰ প্ৰয়োজন। ***ইয়াৰ বাবে অক্টোবৰ 2018 আপডেটত চলা Windows 10 PC-ৰ প্ৰয়োজন। লগতে ফোন স্ক্ৰীণ সমর্থন কৰা এটা ফোন আপুনি ব্যৱহাৰ কৰিব লাগিব।

স্ক্ৰীণশ্বট

অতিৰিক্ত তথ্য

প্ৰকাশ কৰিছে

Microsoft Corporation

কপিৰাইট

© 2019 Microsoft

মুক্তিৰ তাৰিখ

02-10-2018

আনুমানিক আকাৰ

292.69 MB

বয়সৰ মূল্যায়ন

3 বছৰ আৰু তাতকৈ বেছি বয়সৰ বাবে


এই এপ্প্‌টোৱে পাৰে

আপোনাৰ সকলো ফাইল, পেৰিফেৰাল ডিভাইচ, এপ্প্‌সমূহ, প্ৰ'গ্ৰামসমূহ আৰু ৰেজিষ্ট্ৰীত প্ৰৱেশ কৰক
ইতিমধ্যেই যুক্ত হৈ থকা Bluetooth ডিভাইচসমূহৰ সৈতে যোগাযোগ কৰক
radios
আপোনাৰ ইণ্টাৰনেট সংযোগলৈ প্ৰৱেশাধিকাৰ কৰক
আপোনাৰ গৃহ বা কাৰ্য্য নেটৱৰ্কলৈ প্ৰবৱেশাধিকাৰ কৰক
আপুনি ছাইন ইন কৰা অন্য ডিভাইচসমূহত এপ্লিকেশ্বনসমূহ আৱিষ্কাৰ কৰক আৰু লন্চ্চ কৰক
আপোনাৰ ডিভাইচত থকা সকলো ফোন লাইনলৈ প্ৰৱেশাধিকাৰ কৰক
সেইবোৰ আৰু তেওঁলোকৰ নিজৰ windows বন্ধ কৰক, আৰু তেওঁলোকৰ এপ্প্‌ বন্ধ কৰাটো বিলম্ব কৰক
phoneLineTransportManagement
phoneCallSystem
targetedContent
Microsoft.storeFilter.core.notSupported_8wekyb3d8bbwe
প্ৰত্যক্ষভাৱে অন্য এপ্প্‌সমূহ প্ৰৱন্ধন কৰক
Microsoft.unsignedPackageManagement_8wekyb3d8bbwe

স্থাপন

আপোনাৰ Microsoft একাউন্টত ছাইন ইন কৰোঁতে আৰু দহটালৈকে Windows 10 ডিভাইচত স্থাপন কৰোঁতে এই এপ্প্‌টো লাভ কৰক৷

এই প্ৰডাক্টটো আপোনাৰ আভ্যন্তৰীণ হাৰ্ড ড্ৰাইভত স্থাপন কৰাৰ প্ৰয়োজন৷

ভাষা সমৰ্থিত

English (United States)
English (United Kingdom)
Afrikaans (Suid-Afrika)
አማርኛ (ኢትዮጵያ)
العربية (المملكة العربية السعودية)
অসমীয়া (ভাৰত)
Azərbaycan Dili (Azərbaycan)
Беларуская (Беларусь)
Български (България)
বাংলা (বাংলাদেশ)
বাংলা (ভারত)
Bosanski (Bosna I Hercegovina)
Català (Català)
Čeština (Česká Republika)
Dansk (Danmark)
Deutsch (Deutschland)
Ελληνικά (Ελλάδα)
Español (España, Alfabetización Internacional)
Español (México)
Eesti (Eesti)
Euskara (Euskara)
فارسى (ایران)
Suomi (Suomi)
Filipino (Pilipinas)
Français (Canada)
Français (France)
Gaeilge (Éire)
Galego (Galego)
ગુજરાતી (ભારત)
עברית (ישראל)
हिंदी (भारत)
Hrvatski (Hrvatska)
Magyar (Magyarország)
Հայերեն (Հայաստան)
Íslenska (Ísland)
Italiano (Italia)
日本語 (日本)
ქართული (საქართველო)
Қазақ Тілі (Қазақстан)
Indonesia (Indonesia)
ភាសាខ្មែរ (កម្ពុជា)
ಕನ್ನಡ (ಭಾರತ)
한국어(대한민국)
Кыргыз (Кыргызстан)
ລາວ (ລາວ)
Lietuvių (Lietuva)
Latviešu (Latvija)
മലയാളം (ഇന്ത്യ)
Монгол (Монгол)
मराठी (भारत)
Bahasa Melayu (Malaysia)
Norsk Bokmål (Norge)
नेपाली (नेपाल)
Nederlands (Nederland)
Македонски (Република Македонија)
ଓଡ଼ିଆ (ଭାରତ)
ਪੰਜਾਬੀ (ਭਾਰਤ)
Polski (Polska)
Português (Brasil)
Português (Portugal)
Română (România)
Русский (Россия)
සිංහල (ශ්‍රී ලංකාව)
Slovenčina (Slovensko)
Slovenščina (Slovenija)
Shqip (Shqipëri)
Српски (Србија)
Srpski (Srbija)
Svenska (Sverige)
Kiswahili (Kenya)
தமிழ் (இந்தியா)
తెలుగు (భారత దేశం)
ไทย (ไทย)
Türkmen Dili (Türkmenistan)
Türkçe (Türkiye)
ئۇيغۇرچە (جۇڭخۇا خەلق جۇمھۇرىيىتى)
Українська (Україна)
اُردو (پاکستان)
O‘Zbek (Oʻzbekiston)
Tiếng Việt (Việt Nam)
中文(中国)
中文(台灣)


এই প্ৰডাক্টটোৰ প্ৰতিবেদন দিয়ক

ছাইন ইন কৰক Microsoft লৈ এই এপ্প্‌ৰ প্ৰতিবেদন দিবলৈ