আমাক Windows উন্নত কৰাত সহায় কৰক! আপোনাৰ পৰামৰ্শ বা সমস্যাসমূহ ভাগ-বতৰা কৰি Windows আৰু এপ্প্সমূহৰ বিষয়ে ফীডবেক প্ৰদান কৰক৷ আনকি আপুনি যদি বেছিকৈ জড়িত হ’বলৈ বিচাৰিছে, তেন্তে Windows Insider প্ৰ’গ্ৰামত যোগদান কৰক আৰু শেহতীয়া সতৰ্কতা আৰু ঘোষণাসমূহৰ ক্ষেত্ৰত অৱগত হওক, বিল্ডসমূহক মূল্যাংকন কৰক, ফীডবেক প্ৰশ্নাৱলীত অংশগ্ৰহণ কৰক আৰু বেজ উপাৰ্জন কৰক৷