বিনামূলীয়া
বিনামূলীয়া
ছিষ্টেমৰ আৱশ্যকতাসমূহ

বৰ্ণনা

Microsoft সংবাদ ব্ৰেকিং নিউজ আৰু বিশ্বাসযোগ্য বাতৰি পৰিৱেশন কৰে, বিশ্বৰ শ্ৰেষ্ঠতম সাংবাদিকসকলৰ তত্বগধুৰ বাতৰি পৰিৱেশন কৰে এই নিউজে। - আমাৰ সম্পাদকসকলে আটাইতকৈ বিশ্বাসযোগ্য, গুৰুত্বপূৰ্ণ আৰু প্ৰচলিত বাতৰি পৰিৱেশন কৰে - আপুনি কি বষয়ৰ সৈতে অধিক জড়িত সেই বিষয়টো বাচনি কৰক। - তাৎক্ষণিকভাৱে আৰু সঠিকতাৰে Microsoft সংবাদ 24/7 আপোনাক ব্ৰেকিং নিউজৰ ন’টিফিকেশ্যন প্ৰদান কৰে, প্ৰতিমুহুৰ্ততে - সমগ্ৰ এপ্প আৰু ৱেবত আপোনাৰ অগ্ৰাধিকাৰযোগ্য বিষয়সমূহ ছিনক্ৰ’নাইজ কৰক সমগ্ৰ বিশ্বৰে ভালেমান দেশৰ কেবাশ বাতৰি প্ৰকাশকৰ সৈতে অংশীদাৰীত্বৰে কাম কৰে Microsoft সংবাদ। 3,000 শীৰ্ষ ব্ৰেণ্ডৰ পৰা বিভিন্ন বিষয় আহৰণ কৰ 20 ৰো অধিক দেশৰ সংস্কৰণ বাচনি কৰক। সকলোসময়তেই শেহতীয়া খবৰেৰে সমৃদ্ধ হৈ থাকিবলৈ Microsoft সংবাদ আপোনাক সহজ কৰাই তোলে, সেয়া বিভিন্ন কাহিনীৰ পৰা কাহিনেয়ই হওঁক বা বিভিন্ন শাখাৰ পৰা শাখায়েই হওঁক। আমাৰ পৰিস্কাৰ ডিজাইনে আপোনাক আমাৰ লেখাসমূহ সুন্দৰ আৰু সৰলতাৰে পঢ়াৰ সুবিধা কৰি দিয়ে, নিশা পঢ়াৰ বাবে ইয়াত আছে ‘ডাৰ্ক মোড’। এই এপ্পটো বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব আৰু অপৰিসীমভাৱে ব্যৱহাৰ কৰিব পাৰিব, ইয়াৰ মাজত আপুনি লেখা পঢ়া বা ভিডিঅ’ চোৱা সকলো সন্নিৱিষ্ট থাকিব।

স্ক্ৰীণশ্বট

ব্যক্তিয়েও ভাল পাই

অতিৰিক্ত তথ্য

প্ৰকাশ কৰিছে

Microsoft Corporation

কপিৰাইট

© 2015 Microsoft

মুক্তিৰ তাৰিখ

05-05-2012

আনুমানিক আকাৰ

31.29 MB

বয়সৰ মূল্যায়ন

3 বছৰ আৰু তাতকৈ বেছি বয়সৰ বাবে


এই এপ্প্‌টোৱে পাৰে

আপোনাৰ অৱস্থান ব্যৱহাৰ কৰক
আপোনাৰ ইণ্টাৰনেট সংযোগলৈ প্ৰৱেশাধিকাৰ কৰক

স্থাপন

আপোনাৰ Microsoft একাউন্টত ছাইন ইন কৰোঁতে আৰু আপোনাৰ Windows 10 ডিভাইচসমূহত স্থাপন কৰোঁতে এই এপ্প্‌টো লাভ কৰক৷

প্ৰৱেশক্ষমতা

প্ৰডাক্ট ডেভল'পাৰে এই প্ৰডাক্টে প্ৰৱেশযোগ্যতাৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব বুলি বিশ্বাস কৰে আৰু সকলোৱে সহজে ব্যৱহাৰ কৰিব পৰাকৈ ইয়াক তৈয়াৰ কৰিছে৷

ভাষা সমৰ্থিত

English (United States)
English (Australia)
English (Canada)
English (United Kingdom)
English (India)
es-019
Español (Argentina)
Español (España, Alfabetización Internacional)
العربية (المملكة العربية السعودية)
Français (France)
Français (Belgique)
Français (Canada)
中文(中国)
Afrikaans (Suid-Afrika)
አማርኛ (ኢትዮጵያ)
Беларуская (Беларусь)
অসমীয়া (ভাৰত)
Azərbaycan Dili (Azərbaycan)
Български (България)
বাংলা (বাংলাদেশ)
বাংলা (ভারত)
Català (Català)
Valencià (Espanya)
Bosanski (Bosna I Hercegovina)
ᏣᎳᎩ (ᏣᎳᎩ)
Čeština (Česká Republika)
Dansk (Danmark)
Cymraeg (Y Deyrnas Unedig)
Deutsch (Deutschland)
Deutsch (Österreich)
Deutsch (Schweiz)
Ελληνικά (Ελλάδα)
Español (México)
Eesti (Eesti)
Euskara (Euskara)
فارسى (ایران)
Suomi (Suomi)
Filipino (Pilipinas)
Galego (Galego)
Gaeilge (Éire)
gd-latn
ગુજરાતી (ભારત)
Hausa (Najeriya)
עברית (ישראל)
हिंदी (भारत)
Hrvatski (Hrvatska)
Հայերեն (Հայաստան)
Magyar (Magyarország)
Italiano (Italia)
Indonesia (Indonesia)
ig-latn
Íslenska (Ísland)
日本語 (日本)
Қазақ Тілі (Қазақстан)
ქართული (საქართველო)
ភាសាខ្មែរ (កម្ពុជា)
ಕನ್ನಡ (ಭಾರತ)
한국어(대한민국)
कोंकणी (भारत)
کوردیی ناوەڕاست (کوردستان)
ky-cyrl
Lietuvių (Lietuva)
Lëtzebuergesch (Lëtzebuerg)
ລາວ (ລາວ)
Македонски (Република Македонија)
Latviešu (Latvija)
mi-latn
मराठी (भारत)
മലയാളം (ഇന്ത്യ)
Монгол (Монгол)
Bahasa Melayu (Malaysia)
Malti (Malta)
Norsk Bokmål (Norge)
नेपाली (नेपाल)
Nederlands (Nederland)
Nederlands (België)
Sesotho Sa Leboa (Afrika Borwa)
Nynorsk (Noreg)
ਪੰਜਾਬੀ (ਭਾਰਤ)
ଓଡ଼ିଆ (ଭାରତ)
پنجابی (پاکستان)
Português (Brasil)
Português (Portugal)
Polski (Polska)
prs-arab
K'iche' (Guatemala)
Runasimi (Qullasuyu)
Română (România)
سنڌي (پاکستان)
Kinyarwanda (Rwanda)
Русский (Россия)
Slovenščina (Slovenija)
සිංහල (ශ්‍රී ලංකාව)
Slovenčina (Slovensko)
Srpski (Srbija)
Shqip (Shqipëri)
Српски (Босна И Херцеговина)
Српски (Србија)
Svenska (Sverige)
தமிழ் (இந்தியா)
Kiswahili (Kenya)
తెలుగు (భారత దేశం)
Тоҷикӣ (Тоҷикистон)
ไทย (ไทย)
ትግርኛ (ኤርትራ)
tt-cyrl
tk-latn
Setswana (Aforika Borwa)
Türkçe (Türkiye)
اُردو (پاکستان)
ug-arab
Українська (Україна)
O‘Zbek (Oʻzbekiston)
Tiếng Việt (Việt Nam)
Wolof (Senegaal)
Isixhosa (Emzantsi Afrika)
zh-hant-hk
zh-hant-tw
中文(台灣)
yo-latn
Isizulu (I-South Africa)
sr-cyrl-cs
fil-latn
Unknown Language (Qut-Latn)
中文(香港特別行政區)
Gàidhlig (An Rìoghachd Aonaichte)
Igbo (Nigeria)
Кыргыз (Кыргызстан)
Reo Māori (Aotearoa)
درى (افغانستان)
qut-gt
Türkmen Dili (Türkmenistan)
Татар (Россия)
ئۇيغۇرچە (جۇڭخۇا خەلق جۇمھۇرىيىتى)
Èdè Yorùbá (Orílẹ́ède Nàìjíríà)


অতিৰিক্ত চৰ্তসমূহ

Microsoft News গোপনীয়তাৰ নীতি
লেনদেনৰ চৰ্তসমূহ
Microsoft News লাইচেঞ্চৰ চৰ্তসমূহ
যেতিয়া আপুনি ইনষ্টল কৰিব, আপুনি স্বীকাৰ কৰে যে এইটো এপ্লিকেশ্বনৰ কাৰ্য্যকাৰিতা আছে যিটোৱে আপোনাক অৱস্থান সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ সক্ষম কৰে। যদি আপুনি এপ্লিকেশ্বনটোক অৱস্থান সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ অনুমতি দিবলৈ সিদ্ধান্ত লয়, আপুনি স্বীকাৰ কৰে যে আপুনি আপোনাৰ Microsoft অভিজ্ঞতাৰ গুণ উন্নত কৰিবলৈ Microsoft সেৱাসমূহৰ জৰিয়তে Microsoft-ক আপোনাৰ অৱস্থান ডাটা সংগ্ৰহ সঞ্চয় আৰু ব্যৱহাৰ কৰিবলৈ সন্মতি দিয়ে। http://go.microsoft.com/fwlink/?LinkId=74170। আপোনাৰ সেৱাৰ ব্যৱহাৰ লগতে http://go.microsoft.com/fwlink/?LinkID=529064-ত অৱস্থিত Microsoft সেৱাসমূহৰ চুক্তিৰদ্বাৰা পৰিচালিত

এই প্ৰডাক্টটোৰ প্ৰতিবেদন দিয়ক

ছাইন ইন কৰক Microsoft লৈ এই এপ্প্‌ৰ প্ৰতিবেদন দিবলৈ