Windows 7-ৰ কাৰণে এই লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP) Windows 7-ৰ সৰ্বাধিক ব্যৱহৃত ক্ষেত্ৰৰ এক আংশিক অনুদিত সংস্কৰণ প্ৰদান কৰে৷
Note:There are multiple files available for this download.Once you click on the "Download" button, you will be prompted to select the files you need.
LIP_as-IN-32bit.mlc
LIP_as-IN-64bit.mlc
Windows লেংগুৱেজ ইণ্টাৰফেচ পেকে (LIP) Windows-ৰ বহুল ব্যৱহৃত ক্ষেত্ৰসমূহৰ আংশিকভাৱে অনুবাদ কৰা সংস্কৰণ এটাৰ যোগান ধৰে৷ LIP স্থাপন কৰাৰ পিছত, ৱিজাৰ্ডত পাঠ, সংলাপ বাকচসমূহ, মেনুসমূহ আৰু সহায় আৰু সমৰ্থন বিষয়সমূহ LIP ভাষাত প্রদৰ্শিত হ'ব৷ অনুবাদ হৈ নথকা পাঠটো Windows 7-ৰ আধাৰিত ভাষাত থাকিব৷ উদাহৰণস্বৰূপে, আপুনি যদি Windows 7-ৰ স্পেনিচ সংস্কৰণ ক্ৰয় কৰে আৰু কাতালান LIP স্থাপন কৰে, কিছু পাঠ স্পেনিচত থাকিব৷ আপুনি কোনো একক বুনিয়াদি ভাষাত এটাতকৈ অধিক LIP স্থাপন কৰিব পাৰিব৷ Windows LIP Windows 7-ৰ সকলো সংস্কৰণতে স্থাপন কৰিব পাৰে৷
সমর্থিত অপাৰেটিং চিস্টেম:
Windows 7
- Microsoft Windows 7
- Windows 7 -ৰ আৱশ্যক বুনিয়াদি ভাষাৰ স্থাপনকৰণ: ইংৰাজী ডাউনলোদৰ কাৰণে
- 4.63 Mb মুক্ত স্থান আছেন ছেটআপৰ কাৰণে
- 15 Mb মুক্ত স্থান আছে
সতর্কতা যদি আপোনাৰ BitLocker এনক্ৰিপশ্বন সক্ষম থাকে, অনুগ্ৰহ কৰি তাক LIP স্থাপন কৰাৰ আগতে বৰ্খাস্ত কৰক৷ Control Panel খোলক, System and Security নির্বাচন কৰক, তাৰপিছত BitLocker Drive Encryption৷ Suspend Protection-ত ক্লিক কৰক৷
কাৰণ ইয়াত Windows 7 LIP আৰু 32-বিট আৰু 64-বিট সংসৰণৰ কাৰণে পৃথকভাৱে ডাউনলোড, আপনি ডাউনলোড আৰম্ভ কৰাৰ আগতে, আপুনি Windows 7-ৰ কোনটো সংস্কৰণ স্থাপন কৰিব তাক নিশ্চিত কৰাৰ প্ৰয়োজন: আপুনি Windows 7-ৰ কোন সংস্কৰণটো স্থাপন কৰিছে তাক নিৰ্দ্ধাৰণ কৰাৰ পদ্ধতি ইয়াত আছে:
Start বুটামত ক্লিক কৰক তাৰপিছত কম্পিউটাৰত সোঁ-ক্লিক কৰক আৰু Properties চয়ন কৰক৷ এইটোত আপোনাৰ কম্পিউটাৰ সম্পৰ্কত সাধাৰণ তথ্য দিয়া আছে৷
ছিষ্টেম প্ৰকাৰৰ কাৰণে ছিষ্টেম বিভাগত লক কৰক৷ এইটোৱে যদি আপোনাৰ Windows 7 অপাৰেটিং ছিষ্টেম 32-বিট অপাৰেটিং ছিষ্টেম বা 64-বিট অপাৰেটিং ছিষ্টেম হয় সংকেত দিয়ে৷
32-বিট সংস্কৰণ স্থাপন কৰিবলৈ, আপুনি যিকোনো এটা কৰিব পাৰে:
- ডাউনলোড বুটাম ক্লিক কৰক, তাৰপিছত LIP স্থাপন কৰিবলৈ Open ক্লিক কৰক
বা
- ডাউনলোড বুটাম ক্লিক কৰক
- আপোনাৰ কম্পিউটাৰলৈ ফাইল প্ৰতিলিপি কৰিবলৈ Save ক্লিক কৰক,
- ডাউনলোড হোৱা ফাইললৈ নেভিগ্ৰেট কৰক আৰু LIP স্থাপন কৰিবলৈ ইয়াত দুবাৰ ক্লিক কৰক
64-বিট সংস্কৰণ স্থাপন কৰিবলৈ, আপুনি ওপৰৰ বিকল্প 2 ব্যৱহাৰ কৰিব লাগিব৷.